47
ৰঙিয়াঃ কেন্দ্ৰৰ শাসনৰ গাদীত বহা বিজেপিয়ে আজি মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিলে Left Democratic Front (LDF) তথা চিপিআইএমৰ বিৰুদ্ধে৷
কেৰালাৰ শাসনাধিষ্ঠ চিপিআইএমে বিজেপি দলৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে বিজেপিৰ ৰঙিয়া নগৰ মণ্ডল সমিতিয়ে মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে৷