54
শিমলুগুৰিঃ আজি নাজিৰা কলেজ ফিল্ডত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা কলেজৰ গোট গঠন কৰা হয়।
সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সভাপতি ৰিতুমণি হাজৰিকা, যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন, সহঃ সম্পাদক আছিফ ইছলামৰ লগতে শিমলুগুৰি আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি ইমৰাণ আলী উপস্থিত থাকে৷