Home ৰাজ্যনৱক কোনে গুলীয়ালে, নগাঁৱত কাৰ কাৰ হাতত আছে অস্ত্ৰ

নৱক কোনে গুলীয়ালে, নগাঁৱত কাৰ কাৰ হাতত আছে অস্ত্ৰ

by News Desk
52 views
A+A-
Reset

বঢ়মপুৰঃ নৱ সিনহাৰ আক্ৰমনকাৰীক আটক কৰিব নোৱাৰাতপ্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱৰ বঢ়মপুৰত৷ বঢ়মপুৰৰ আমনিত দুদিন পুৰ্বে নিশা প্ৰায় ১০বজাত দুৰ্বৃত্তই গুলীয়াই হত্যাৰ চেষ্টা চলাইছিল নৱ সিনহা নামৰ যুৱকজনক৷ দেহত গুলী লাগি কথমপি প্ৰাম ৰক্ষা পৰা গুৰুতৰ ভাবে আহত নৱ চিকিৎসাধীন হৈ আছে যদিও ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক আজিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই৷

নৱই ঘটনাটোৰ সৈতে স্থানীয় জনৈক ৰাজীৱ বৰদলৈ আৰু জনৈক পদুম বৰা জড়িত থকা বুলি অভিযোগ কৰাৰ পিছতো আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰিব নোৱাৰা বিষয়টোৱে সচেতন মহলে সহজভাৱে লব পৰা নাই৷ গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন হৈ থকা সিনহাৰ পত্নীয়ে আন এজন লোক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে আৰক্ষীয়ে ঘটনাক গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0