Home দেশদীপাৱলীৰ উপহাৰ, ২২-২৮ শতাংশ দৰমহা বৃদ্ধি হ’ব শিক্ষকৰ

দীপাৱলীৰ উপহাৰ, ২২-২৮ শতাংশ দৰমহা বৃদ্ধি হ’ব শিক্ষকৰ

by News Desk
56 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে দীপাৱলীৰ উপহাৰ দিলে শিক্ষকক৷ কেন্দ্ৰীয়, ৰাজ্য আৰু চৰকাৰি সাহাৰ্যপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ শিক্ষকক দিলে কেন্দ্ৰীয় চৰকাৰে এই উপহাৰ৷ সপ্তম দৰমহা আয়োগৰ মতে শিক্ষকৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে৷

বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা দেশৰ ৩২৯ খন ৰাজ্যিক বিশ্ববিদ্যালয়, ১২৯১২ খন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপকে সপ্তম দৰমহা আয়োগৰ সুবিধা লাভ কৰিব বুলি কয়৷ লগতে ৪৩ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় তথা কেন্দ্ৰীয় চৰকাৰৰ সহায়েৰে পৰিচালিত হৈ অহা বিশ্ববিদ্যালয়ৰ শিক্ষকে এই সুবিধা লাভ কৰিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0