Home দেশবিদেশত পঢ়াৰ ইচ্ছা আছে যদি পঢ়ক এই বাতৰি

বিদেশত পঢ়াৰ ইচ্ছা আছে যদি পঢ়ক এই বাতৰি

by News Desk
47 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দেশৰ তিনি লাখ যুৱক-যুৱতীয়ে চৰকাৰৰ খৰছত পঢ়িব বিদেশত৷ চৰকাৰে অন-জব প্ৰশিক্ষণৰ বাবে তিনি লাখ যুৱক-যুৱতীক পঠিয়াব জাপানলৈ৷ দেশৰ চৰকাৰে দক্ষতা উন্নয়ণ আঁচনিৰ জৰিয়তে এই পৰিকল্পনা কৰা বুলি বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে জানিবলৈ দিয়ে৷

৫ বছৰৰ ভিতৰত মূলত কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণৰ (Technical Intern Training Program) বাবে যুৱক-যুৱতীক প্ৰেৰণ কৰিব চৰকাৰে৷ প্ৰশিক্ষণৰ সম্পুৰ্ণ খৰছ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত শিক্ষা মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে অনুষ্ঠিত কৰা এখন সংবাদ মেলত এই কথা ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0