Home ৰাজ্যকেন্দুকোনাত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

কেন্দুকোনাত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

by News Desk
67 views
A+A-
Reset

তুলসীবাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰাৰ পো আঞ্চলিক শাখাৰ অন্তৰ্গত কেন্দুকোনা প্ৰাথমিক শাখাৰ উদ্যোগত অহা ১৪ অক্টোবৰৰ পৰা দুদিনীয়াকৈ গুৰুজনাৰ ৫৬৯ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে৷

তদুপলক্ষে স্থানীয় লাউকুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিতব্য কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত গুৰু আসন প্ৰতিষ্ঠা, নাম প্ৰসংগ, বৃক্ষৰোপন আৰু সেৱা বাহিনীৰ সাধাৰণ বৈঠকৰ লগতে সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷ বিয়লি আয়োজন কৰা দিহা নাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা সকলে ৮৪৮৬৪২১২০১ ফোন নম্বৰ যোগে যোগাযোগ কৰিব পাৰিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0