62
ডিজিটেল ডেস্কঃ দেশ কপোৱা আৰুচি হত্যাকাণ্ডৰ গোচৰৰ পাঁচ বছৰৰ তদন্তৰ অন্তত ন্যায়লয়ে দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছিল৷ আৰুচিৰ পিতৃ-মাতৃক ৰাজেশ টলৱাৰ আৰু নুপুৰ টলৱাৰক যাৱজ্জীৱন কাৰদণ্ড ঘোষণা কৰে৷
গাজিয়াবাদৰ বিশেষ আদালতে পিতৃ-মাতৃক হত্যাকাৰী সজাই ৰায় প্ৰদান কৰে৷ ২০১৩ চনৰ ২৫ নৱেম্বৰত এই ৰায় ঘোষণাৰ পিছতে এই ৰায়ক একপক্ষীয় বুলি অভিহিত কৰিছিল নুপুৰ দম্পত্তীয়ে৷