55
তেজপুৰঃ তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা তথা বিশিষ্ট লেখিকা দীপ্তি বৰাৰ স্মৃতিচাৰণ সভাখন আজি তেজপুৰ সাহিত্য সভা ভৱনত সাহিত্য সভাই পালন কৰে।
বৰাৰ পুত্ৰ তথা অধ্যাপক ভাস্কৰ বৰাই প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰাৰ পিছত তেজপুৰ সাহিত্য সভাৰ সভাপতি হেমন্ত বৰুৱাই সভাখন পৰিচালনা কৰে৷