‘কমিউনিষ্টৰ বিৰুদ্ধে অপ্ৰচাৰত নামিছে নৈৰাজ্যবাদী শক্তি’- দেৱেন ভট্টাচাৰ্য

Home ৰাজ্য‘কমিউনিষ্টৰ বিৰুদ্ধে অপ্ৰচাৰত নামিছে নৈৰাজ্যবাদী শক্তি’- দেৱেন ভট্টাচাৰ্য

‘কমিউনিষ্টৰ বিৰুদ্ধে অপ্ৰচাৰত নামিছে নৈৰাজ্যবাদী শক্তি’- দেৱেন ভট্টাচাৰ্য

by News Desk
60 views
A+A-
Reset

নলবাৰীঃ ‘‘মাৰ্ক্সবাদ মননশীল বিজ্ঞান, সমাজ পৰিবৰ্তনৰ নিৰ্দেশক। বিজ্ঞান কোনো জাতি বা কোনো দেশৰ সম্পদ নহয়। বিজ্ঞান মানৱ জাতিৰ কল্যাণৰ বাবে। ভাৰতবৰ্ষত বাওঁপন্থী সকলৰ পৰাই শাসক বিজেপিয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ এতিয়া বাওঁপন্থীৰ চি পি আই (এম) বিৰুদ্ধে অপ্ৰচাৰত লিপ্ত হৈছে গেৰুৱা দলটোৱে’’।

আজি নলবাৰী নাট্য মন্দিৰত চি পি আই (এম) নলবাৰী জিলা সমিতিৰ উদ্যোগত আয়োজিত ‘সাম্প্ৰতিক আৰ্থ সামাজিক ব্যৱস্থা আৰু অক্টোবৰ বিপ্লৱ’ৰ তাৎপৰ্য্য বিষয়ক আলোচনাচক্ৰত এই মন্তব্য কৰে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই। অনুষ্ঠানৰ আদিতে ৰাজ্যৰ বিশিষ্ট বাওঁপন্থী বুদ্ধিজীৱি, চিন্তাবিদ শশী শৰ্মাক চি পি আই (এম) নলবাৰী জিলা সমিতিৰ পৰা ফুলাম গামোচা, চেলেং চাদৰ, শৰাই,  অভিনন্দন পত্ৰ, আদি প্ৰদান কৰি বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0