Home দেশমনমোহন সিঙে কলে প্ৰনৱৰ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰাৰ ক্ষোভ থাকিবই

মনমোহন সিঙে কলে প্ৰনৱৰ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰাৰ ক্ষোভ থাকিবই

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ ঘনিষ্ঠ ৰাজনীতিবিদ আছিল প্ৰনৱ মুখাৰ্জী৷ তাৰ পিছত ২০০৪ চনত প্ৰনৱ মুখাৰ্জীৰ বিপৰীতে প্ৰধানমন্ত্ৰী হিচাপে মনমোহন সিঙৰ নাম সন্মুখলৈ আনে কংগ্ৰেছে৷ সেই সময়ত বহু লোকে এই খবৰক লৈ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল৷ কিন্তু প্ৰনৱ মুখাৰ্জীয়ে এই সন্দৰ্ভত কোনো ঠাইত এই কথা উল্লেখ কৰা নাই৷ প্ৰনৱ মুখাৰ্জীৰ ঘনিষ্ঠ সকলেও কোনো দিনে এই কথাক লৈ কংগ্ৰেছৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰা নাই৷

কিন্তু তেৰ বছৰ পাছত মনমোহন সিঙে খোদ কলে প্ৰনৱ মুখাৰ্জী প্ৰধানমন্ত্ৰীৰ বাবে যোগ্য আছিল৷ শুকুৰবাৰে প্ৰনৱ মুখাৰ্জীৰ ‘The coalition years’ নামৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং উপস্থিত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0