54
বালিপৰাঃ শোণিতপুৰৰ বালিপৰাৰ চাৰিদুৱাৰত আজি বালিপৰা প্ৰাইমাৰী বড়ো প্ৰাথমিক সাহিত্য সভাৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৪৬ সংখ্যক বাৰ্ষিক অধিবেশনৰ লাইখুৃঁটা আজি চাৰিদুৱাৰৰ এৰালিলগাত স্থাপন কৰা হয়।
বড়োসকলৰ পৰম্পৰাগত বাগৰুম্বা নৃত্যৰে আৰম্ভনী কৰা অনুষ্ঠানটোত অধিৱেশনত লাইখুঁটা মাংগলিক মন্ত্ৰ উচ্চাৰণৰ মাজেদি খৰ্গেশ্বৰ বসুমতাৰীয়ে স্থাপন কৰে।