51
মঙলদৈঃ হাতত গীটাৰ লৈ ৰাণা দাক স্মৰণ কৰিলে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে৷
আজি আধুনিক সংগীতৰ বাটকটীয়া জয়ন্ত হাজৰিকাৰ ৪০ তম মৃত্যু বাৰ্ষিকী উপলক্ষে মঙলদৈৰ নৱ নিৰ্মিত জয়ন্ত হাজৰিকা উদ্যানত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷