Home ৰাজ্যবিদ্যুতৰ খুঁটাত আৰক্ষীৰ গাড়ীৰ খুন্দা, আহত ৩

বিদ্যুতৰ খুঁটাত আৰক্ষীৰ গাড়ীৰ খুন্দা, আহত ৩

by News Desk
47 views
A+A-
Reset

নগাঁওঃ নগাঁও চহৰত পথ দুৰ্ঘটনা সংঘটিত হৈ তিনিজনকৈ আৰক্ষীৰ জোৱান গুৰুতৰ ভাবে আহত হয়৷ নগাঁও চহৰৰ মাজমজিয়াত আৰক্ষীৰ বাহনে বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়৷ ৷ নিয়ন্ত্ৰণ হেৰুৱাই আৰক্ষীৰ তীব্ৰ বেগী বাহনে বিদ্যুত পৰিবাহী খুঁটাত খুন্দা মাৰে৷

ফলত তিনিজন আৰক্ষীৰ জোৱান গুৰুত্বৰভাবে আহত হয়৷ স্থানীয় লোকে আৰক্ষীৰ লোক কেইজনক ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ চহৰৰ অতি ব্যস্ততাপূৰ্ণ অঞ্চল বৰবজাৰত সংঘটিত হৈছে এই ঘটনা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0