68
নলবাৰীঃ উত্তৰ পূৱ ভাৰতৰ অন্যতম মহোৎসৱ নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলি ৮৪ সংখ্যক ৰাস মহোৎসৱৰ আজি আনুষ্ঠানিক ভাবে লাইখুঁটা স্থাপন কৰা হয়।
উদযাপন সমিতিৰ সভাপতি তথা নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, সাধাৰণ সম্পাদকদ্বয় মনোজ কুমাৰ চৌধুৰী, পংকজ বৰ্মনৰ উপস্থিতিত শিক্ষাবিদ, সমাজকৰ্মী, হৰিমন্দিৰ সমিতিৰ প্ৰাক্তন কাৰ্যনিৰ্বাহ সদস্য সৰ্বেশ্বৰ দাসে লাইখুঁটা স্থাপন কৰে।