Home ৰাজ্যঠেলামৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ১

ঠেলামৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ১

by News Desk
88 views
A+A-
Reset

ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ ঠেলামৰাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তেজপুৰৰ পৰা গুৱাহাটী মুখী এখন তীব্ৰবেগী এ এচ-১২এফ-২৭৬২ নম্বৰৰ গ্ৰেণ্ড আইটেন গাড়ীয়ে মহতীয়াই নিয়ে তিনি খনকৈ বাইক আৰু এখন চাইকেল৷

ভাৰতীয় ষ্টেট বেংকৰ তেলিগাঁও শাখাৰ সন্মুখতে আজি বিয়লিৰ ভাগত সংঘটিত হোৱা দুৰ্ঘটনাত বাইকৰে গৃহমুখী হোৱা নোমল বড়ো নামৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকক খুন্দিয়াই গুৰুতৰ ভাৱে আহত কৰে৷ ইয়াৰ উপৰিও পথৰ দাঁতিত ৰখাই থোৱা আন দুখন বাইক আৰু এখন চাইকেল খুন্দিয়াই ক্ষতিগ্ৰস্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0