৩২ বছৰে বিনা বেতনে কাম কৰি শিক্ষানুষ্ঠানৰ বাবে ২ বিঘা...

Home ৰাজ্য৩২ বছৰে বিনা বেতনে কাম কৰি শিক্ষানুষ্ঠানৰ বাবে ২ বিঘা মাটি দি গ’ল জলিলে

৩২ বছৰে বিনা বেতনে কাম কৰি শিক্ষানুষ্ঠানৰ বাবে ২ বিঘা মাটি দি গ’ল জলিলে

by News Desk
66 views
A+A-
Reset

গুৱাহাটীঃ মানুহগৰাকীয়ে প্ৰায়ে কৈছিল এইবাৰ চৰকাৰে স্কুল লব৷ আমাৰ স্কুলখনো লিষ্টত আছে৷ স্কুল খনে হলে ৰক্ষা৷ ঘৰ খন চলাব পাৰিম৷ নহলে বৰ বেয়া পৰিস্থিত হৈছে মোৰ ঘৰ খনৰ৷ এই মন্তব্য আছিল জলিল মণ্ডলৰ৷ ধুবুৰী জিলাৰ ওচমান গনি মেমোৰিয়েল এম ই স্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জলিল মণ্ডলে সহকৰ্মী তথা বন্ধুসকলক প্ৰায়ে এই খিনি কথা কৈছিল৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত জলিল মণ্ডল অৱশেষত চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰিব লগা হয়।

যোৱা ২০ অক্টোবৰত তেওঁ বিনা চিকিৎসাই এই সংসাৰৰ পৰা বিদায় লয়। নিজৰ দুই বিঘা মাটি বিদ্যালয়ৰ নামত দান দি ৩২ বছৰে ভেন্সাৰ শিক্ষানুষ্ঠানখনত খাটি অৱশেষত জটিল সন্ধিক্ষণত বিদায় ল’ব লগা হ’ল মণ্ডলে। ৩২ টা বছৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰিও পৰিয়ালৰ হাতত ফুটা কড়ি এটাও দি যাব নোৱাৰিলে তেও৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীক গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0