Home ৰাজ্যশ শ মহিলাই উত্তাল কৰিলে বাক্সাৰ সদৰৰ কেন্দ্ৰ

শ শ মহিলাই উত্তাল কৰিলে বাক্সাৰ সদৰৰ কেন্দ্ৰ

by News Desk
71 views
A+A-
Reset

মুছলপুৰঃ কেইবা শতাধিক মহিলাৰ প্ৰতিবাদত উত্তাল হ’ল মুছলপুৰ৷ অংগনৱাড়ী কৰ্মী-সহায়িকাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে মুছলপুৰ৷ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ জিলা কেন্দ্ৰৰ প্ৰবেশ পথ বন্ধ কৰি বঞ্চিত মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

অংগনৱাড়ী কৰ্মী সহায়িকা সকলে মাননীৰ সলনি দৰমহা প্ৰদান, পেঞ্চনৰ ব্যবস্থা কৰা, সংহত শিশু উন্নয়ন প্ৰকল্পৰ বাজেট বৃদ্ধি কৰা, চাকৰি নিয়মীয়া কৰা, সম-মৰ্য্যদা প্ৰদান কৰা, ৰাজ্য চৰকাৰৰ নিজা পূজিৰ পৰা উচিত মাননী প্ৰদান কৰা, কেন্দ্ৰীয় চৰকাৰৰ পৰা মাননী বৃদ্ধি কৰা, কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। দিনৰ দিনটো চৰকাৰৰ কামত ব্যস্ত হৈ থকা মহিলাসকলক চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0