Home দেশভূৱা ষ্টাম্প পেপাৰেৰে হাজাৰ হাজাৰ কোটি টকাৰ মালিক হৈ আদালতক ২০২ কোটি উভতাই দিয়া তেলগীৰ মৃত্যু

ভূৱা ষ্টাম্প পেপাৰেৰে হাজাৰ হাজাৰ কোটি টকাৰ মালিক হৈ আদালতক ২০২ কোটি উভতাই দিয়া তেলগীৰ মৃত্যু

by News Desk
A+A-
Reset
f389058d-0b27-42c8-b64c-3738087cc47d

ডিজিটেল ডেস্কঃ নিশাৰ ভিতৰতে হাজাৰ হাজাৰ কোটি টকাৰ মালিক হবলৈ সক্ষম হোৱা আব্দুল কৰীম তেলগীৰ মৃত্যু৷ দেশত তোলপাৰ লগোৱা ভূৱা ষ্টাম্প পেপাৰ কেলেংৰীৰ মুখ্য অভিযুক্ত আছিল আব্দুল কৰীম তেলগী৷ ২০০৩ চনত পোহৰলৈ অহা কেইবাহাজাৰ কোটি টকীয়া ভুৱা ষ্টাম্প পেপাৰ কেলেংকাৰীৰ নায়ক আব্দুল কৰীম তেলগীৰ যোৱা সোমবাৰে বাংগালোৰৰ এখন হস্পিতালত মৃত্যু হয়।

যোৱা ১১ বছৰে কাৰাগাৰত বন্দী হৈ আছিল তেলগী। চৰকাৰী কাৰ্যালয়, ন্যায়লয়ত বৱহৃত ষ্টাম্প পেপাৰ আব্দুল কৰীম তেলগীয়ে হুবহু নকল কপি প্ৰিন্ট কৰি উলিয়াই সমগ্ৰ ভাৰতেই বিক্ৰী কৰিছিল। তেলগীয়ে ভাৰতত একপ্ৰকাৰৰ সামন্তৰাল অৰ্থব্যৱস্থাই গঢ়ি তুলিছিল আৰু এজন সাধাৰন ষ্টাম্প ভেণ্ডৰৰ পৰা অতি কম দিনৰ ভিতৰতে হাজাৰ হাজাৰ কোটি টকাৰ মালিক হৈ পৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0