Home ৰাজ্যৰাজ্যত ভূমিষ্ঠ হ’ল নতুন জনগোষ্ঠীয় সংগঠনৰ

ৰাজ্যত ভূমিষ্ঠ হ’ল নতুন জনগোষ্ঠীয় সংগঠনৰ

by News Desk
A+A-
Reset
91c3d8bc-2164-491c-a5af-def28015aef9

বাহাকাবাৰীঃ ৰাজ্যৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ হকে মাত মাতিবলৈ একো একো সংগঠন আছে৷ সংগঠনবোৰে জনগোষ্ঠীটোৰ উন্নয়ণৰ হকে কাম কৰে৷ সময়ে সময়ে ৰাজ পথলৈ ওলাই আহি চৰকাৰৰ বঞ্চনা তথা প্ৰাপ্যৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাও দেখা যায়৷ জনগোষ্ঠীটোৰ সাহিত্য, সংস্কৃতি, পৰম্পৰা, আৰ্থিক, সামাজিক দিশ উন্নয়ণৰ বাবে কাম কৰে সংগঠন সমূহে৷

নিজ জনগোষ্ঠীৰ কাম কৰাৰ বাবে বৃস্পতিবাৰে ৰাজ্যত ভূমিষ্ঠ হ’ল এটি নতুন সংগঠনৰ৷ নগাঁও জিলাৰ কামপুৰৰ বগলাজানত বৃহস্পতিবাৰে গঠন হয় সংগঠনটোৰ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ প্ৰতিনিধিৰ উপস্থিতিত গঠন হয় সদৌ অসম হীৰা সংঘ নামৰ এটি সংগঠনৰ। হীৰা সম্প্ৰদায়ৰ লোকক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত এই সিন্ধান্ত লৈ সম্প্ৰদায়ৰ হৈ মাত মাতিবৰ বাবে তথা বঞ্চনাৰ হকে কবলৈ এই মঞ্চ খন সাজু কৰা বুলি কয় ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিনধিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0