62
বালিপৰাঃ দিন দুপৰতে সদৌ অসম ছাত্ৰ সন্থাই অভিযান চলালে অবৈধ নাগৰিকৰ বিৰুদ্ধে৷ শোনিতপুৰৰ চাৰিদুৱাৰত আছু, অসম সেনা আৰু আক্ৰাছুই অভিযান চলাই আবদ্ধ কৰে ১০২গৰাকী সন্দেহজনক পুৰুষ-মহিলাক৷
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰবেশদ্বাৰৰ সমীপত বুধবাৰৰ পৰা বাহৰ পাতি আছিল শিশু-মহিলা সহ ১০২ জনকৈ সন্দেহযুক্ত নাগৰিকে।