66
ডিজিটেল ডেস্কঃ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেল যিয়ে কোনো হিংসা বিদ্ৰোহ অবিহনে সৰলতা আৰু নিৰহংকাৰী স্বভাৱেৰে সকলো কাম নিয়াৰিকৈ কৰিব পাৰিছিল৷ এক কথাত ক’বলৈ গলে আধুনিক ভাৰতৰ নিৰ্মাতা আছিল তেওঁ৷
দেশৰ স্বাধীনতাৰ ওপৰত পেটেলে কৈছিল, ‘প্ৰতিজন নাগৰিকৰে প্ৰধান কৰ্তব্য হৈছে নিজৰ দেশ খনক স্বাধীন বুলি অনুভৱ কৰা আৰু এই স্বাধীনতাক সুৰক্ষা দিয়াতো দায়িত্ব’৷ তেওঁৰ কথাতেই তেওঁৰ প্ৰকৃত উদাৰ ৰূপ দেখা পোৱা যায়৷