56
জোনাইঃ কেমি জেলম বাংকে আগম কৌবাঙৰ উদ্যোগত সোমবাৰে জোনাইৰ জেলম উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৩৩ তম মিচিং ভাষা দিৱস উদযাপন কৰা হয়।
পুৱা ৯.৩০ বজাত পতাকা উত্তোলনেৰে বাংকেৰ সভাপতি দেৱানন্দ পেগুই মিচিং ভাষা দিৱসৰ কাৰ্যসুচীৰ শুভৰাম্ভ কৰে৷ দিনৰ ১২.০০ বজাত বাংকেৰ সম্পাদক মহানন্দ দলেৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা৷