কুমাৰীকাটাত শিল-বালি কঢ়িওৱা ট্ৰাক-ট্ৰেক্টৰৰ অতপালি, ট্ৰেক্টৰৰ খুন্দাত ২১ বছৰীয়া যুৱকৰ...

Home ৰাজ্যকুমাৰীকাটাত শিল-বালি কঢ়িওৱা ট্ৰাক-ট্ৰেক্টৰৰ অতপালি, ট্ৰেক্টৰৰ খুন্দাত ২১ বছৰীয়া যুৱকৰ মৃত্যু

কুমাৰীকাটাত শিল-বালি কঢ়িওৱা ট্ৰাক-ট্ৰেক্টৰৰ অতপালি, ট্ৰেক্টৰৰ খুন্দাত ২১ বছৰীয়া যুৱকৰ মৃত্যু

by News Desk
56 views
A+A-
Reset

নলবাৰীঃ বাক্সা জিলাৰ জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ সমীপৰ ঢেকিয়াবস্তীত পথ দুৰ্ঘটনা সংঘটিত হৈ এজনৰ যুৱকৰ মৃত্যু হোৱাত উত্তেজিত হৈ পৰে ৰাইজ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোক উত্তেজিত হৈ পৰে৷ উত্তেজিত লোকসকলে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত উত্তেজনাই বিৰাজ কৰে অঞ্চলটোত৷

জানিব পৰা মতে, অবৈধভাৱে শিল কঢ়িওৱা ট্ৰেক্টৰ এখনৰ খুন্দাত মনোজ গিৰি নামৰ ২১ বছৰীয়া যুৱক এজনৰ মৃত্যু হয়৷ বাক্সা জিলাৰ নয়াবস্তীৰ মনোজ গিৰি তেওৰ বন্ধু শ্যাম গিৰিয়ে AS-01-M-6569 নম্বৰৰ বাইকেৰে কুমাৰীকাটা-জালাহ গড়কাপ্তানী পথেৰে ঘৰৰ পৰা গোৰেশ্বৰৰ ভোলাঝাৰলৈ আহি আছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0