Home ৰাজ্যজোনাইত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন

জোনাইত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন

by News Desk
84 views
A+A-
Reset

জোনাইঃ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস মঙলবাৰে দিনজোৰা কাৰ্যসুচীৰে বানে ধোৱা ধেমাজি জিলাৰ চেঙাজান মাজৰবাৰী উচ্চ ইংৰাজী বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈ যায়৷ ৰাইজৰ জ্বলন্ত সমস্যাৰ হৈ মাত মাতিবৰ বাবে, জনমত গঠনৰ বাবে তথা চৰকাৰৰ চৰম বঞ্চনাৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ লক্ষ্যৰে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে একত্ৰিত হৈ ২০১০ চনত চিমেন চাপৰিৰ চানজাৰি নগৰত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ গঠন হৈছিল।

মঙলবাৰে পুৱাই বৃক্ষৰোপণেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভৰাম্ভ কৰাৰ পিছতে কেন্দ্ৰীয় সমিতি আৰু আঞ্চলিক সমিতি সমূহৰ পতাকা উত্তোলন কৰা হয়। পতকা উত্তোলন স্থলীত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জাৰমিন নাৰ্জাৰিয়ে বিগত ৭ বছৰ ৰাইজৰ বাবে কৰা কাম সমূহৰ বিৱৰণ দিয়াৰ লগতে সকলোৰে সহায় সহযোগেৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চক অধিক শক্তিশালী কৰাৰ আহ্বান জনায় ৰাইজক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0