Home ৰাজ্যআটকধুনীয়া পেভিলিয়নেৰে চিতলমাৰীত ফুটবল খেলৰ শুভাৰম্ভ

আটকধুনীয়া পেভিলিয়নেৰে চিতলমাৰীত ফুটবল খেলৰ শুভাৰম্ভ

by News Desk
62 views
A+A-
Reset

মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ চিতলমাৰী হাইস্কুল খেল পথাৰত নৱেম্বৰ মাহৰ পহিলা দিনটোৰ পৰাই অজন্তা ক্লাবৰ উদ্যোগত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। খেলৰ আৰম্ভণিৰ পুৰ্বে চিতলমাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য চাহাব উদ্দিনে খেলুৱৈ সকলৰ নিৰ্মাণ কৰা আটক ধুনীয়া পেভিলিয়ন উদ্ধোধন কৰে।

 অনুষ্ঠানত চিতলমাৰী হাইস্কুলৰ প্ৰধান শিক্ষয়এী নীলিমা শইকীয়াৰ লগতে জাকিৰ হুচেইন হাইস্কুলৰ প্ৰধান শিক্ষক জোবেৰ আহমেদ উপস্থিত থাকে। প্ৰতিযোগিতা খনৰ প্ৰথম পুৰস্কাৰ ২০০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ১২০০০ টকাৰ লগতে চলন্ত ট্ৰফী প্ৰদান কৰা হ’ব। খেলখনৰ প্ৰথম পুৰস্কাৰ আগবঢ়াই চাহাব উদ্দিন মজুমদাৰে৷ লগতে শৈশৱৰ স্মৃতি ৰোমন্থন কৰি চাহাব উদ্দিনে পেভিলিয়ন খনৰ প্ৰশংসা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0