Home ৰাজ্যমাজৰচৰত বিশৃংখলতাৰে জ্ঞান যাএা অনুষ্ঠিত কৰাৰ অভিযোগ

মাজৰচৰত বিশৃংখলতাৰে জ্ঞান যাএা অনুষ্ঠিত কৰাৰ অভিযোগ

by News Desk
55 views
A+A-
Reset

নগৰবেৰাঃ ৰাজ্য চৰকাৰে শিক্ষাৰ সংস্কাৰৰ লক্ষ্যৰে ন’ ন’ আঁচনি লৈ আহিছে৷ কিন্তু একাংশ শিক্ষকে এই আঁচনি সমূহক গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়৷ বৰপেটা জিলাৰ ৪৫নং বাঘবৰ বিধান সভা সমষ্টিত ব্যাপক খেলিমেলিৰে জ্ঞান যাত্ৰা অনুষ্ঠিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ বাঘবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ফখৰুদ্দিন আলি আহমেদ হাই স্কুলত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে জ্ঞান যাএাৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

চেঙা আৰু বাঘবৰৰ চৰ-অঞ্চলৰ আলোপতি প্ৰাথমিক শিক্ষা থণ্ডৰ অন্তৰ্গত ১০ (দহ) খন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ৬০% শতাংশ ছাএ-ছাএীয়ে অংশগ্ৰহণ কৰা জ্ঞান যাএা অনুষ্ঠানত এক বিশৃংখল পৰিবেশৰ মাজেৰে পৰিসমাপ্তি পৰা বুলি অভিযোগ উত্থাপন হৈছে। জ্ঞান যাএাৰ কাৰ্যসূচীত ফখৰুদ্দিন আলি আহমেদ হাই স্কুলৰ লগতে খোলাবান্ধ হাইস্কুল, আণ্ডাভঙা-কাছুমাৰাৰ আজগৰ আলী মেমৰিয়েল হাইস্কুল, কাৰাইখাইতি হাইস্কুল, বাঘমাৰাচৰ হাইস্কুল, দক্ষিণ বৰপেটা হাইস্কুল, নিচানৰ চৰ হাইস্কুল, আলোপতিৰ ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিকে কৰি বিদ্যালয়সমূহৰ ছাএ-ছাএীসকলৰ উপৰিও শিক্ষক-শিক্ষয়িএী উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0