ধুবুৰীত সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠান, প্ৰস্তুতিৰ বুজ ললে পৰমানন্দ ৰাজবংশীয়ে

Home ৰাজ্যধুবুৰীত সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠান, প্ৰস্তুতিৰ বুজ ললে পৰমানন্দ ৰাজবংশীয়ে

ধুবুৰীত সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠান, প্ৰস্তুতিৰ বুজ ললে পৰমানন্দ ৰাজবংশীয়ে

by News Desk
44 views
A+A-
Reset

গোলকগঞ্জঃ ধুবুৰীত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান৷ ইতিমধ্যে ধুবুৰীত ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে সামৰণি অনুষ্ঠানৰ৷ তাৰ মাজতে অসম সাহিত্য সভাৰ এটি প্ৰতিনিধি দলে ধবুৰী জিলা ভ্ৰমণ কৰি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় সোমবাৰে৷

সভাৰ প্ৰধান সম্পাদক পৰনমান্দ ৰাজবংশীৰ নেতৃত্বত উপস্থিত হোৱা দলটোৱে ধুবুৰীৰ কেইবাঠাইত সভা অনুষ্ঠিত কৰি ৰাইজৰ সৈতে মুখামুখী হয়৷ অনুষ্ঠানত ৰাইজৰ সহায় সহযোগ কামনা কৰে শতবৰ্ষ অনুষ্ঠানত৷ সাহিত্য সভাৰ দলটোৱে শতবৰ্ষ সামৰণি অনুষ্ঠান সুন্দৰ কৰি তোলা হ’ব বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0