Home ৰাজ্যআৰক্ষীৰ জালত বেংক একাউন্টৰ টকা খোৱা ডিজিটেল চোৰ, নিশাৰ ভিতৰতে হৈছিল সদাগৰ

আৰক্ষীৰ জালত বেংক একাউন্টৰ টকা খোৱা ডিজিটেল চোৰ, নিশাৰ ভিতৰতে হৈছিল সদাগৰ

by News Desk
63 views
A+A-
Reset

নগাঁওঃ ৰাজ্যৰ শ-শ লোকক লুটি ধন ঘটা এটি ডিজিটেল চোৰৰ চক্ৰক অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ বহু কষ্টৰে আনে বেংকত জমা কৰা টকা কেইটা বেংকৰ একাউন্ট হেক কৰি ট্ৰান্সফাৰ কৰি নিয়াত সিদ্ধহস্ত এই দলটোৰ ৫গৰাকী লোক ধৰা পৰে নগাঁৱত৷

কেৱল নগাঁও জিলাতে প্ৰায় ৩০ লাখ টকা বেংকৰ একাউন্ট হেক কৰি লুটি নিয়া ৫গৰাকী হেকাৰৰ মাষ্টৰ  নগাঁও আৰক্ষীৰ জালত পৰে৷ পাঁচটাকৈ অনলাইন হেকাৰক আটক কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ নগাঁও জিলাত একাউন্ট হেক কৰি টকা লুটি নিয়াৰ প্ৰায় ১০৫টা গোচৰ ৰুজু হৈ আছে বেংকৰ গ্ৰাহকৰ৷ যোৱা তিনিমাহৰ ভিতৰত নগাঁও জিলাৰ ৫৬জন বেংক গ্ৰাহকৰ পৰা প্ৰায় ৩০ লাখ টকা সৰকাই নিছিল হেকাৰকেইজনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0