Home দেশগীৰ্জাৰ আৱাসত সন্ন্যাসিনীক ধর্ষণ, গণধর্ষণ নহয় ধর্ষণহে আছিল’ ৰায় দান ন্যায়ালয়ৰ

গীৰ্জাৰ আৱাসত সন্ন্যাসিনীক ধর্ষণ, গণধর্ষণ নহয় ধর্ষণহে আছিল’ ৰায় দান ন্যায়ালয়ৰ

by News Desk
96 views
A+A-
Reset

ডিজিটেল ডেস্কঃ  প্ৰায় তিনিবছৰ ধৰি ন্যায়ৰ অপেক্ষাত আছিল পশ্চিম বংগৰ নদিয়াৰ ৰানাঘাটৰ গীৰ্জাটোৱে। ২০১৫ চনৰ মার্চ মাহত এই কনভেন্টত সোমাই লুটপাটৰ লগতে সত্তৰোর্ধ্বৰ সন্ন্যাসিনীক গণধর্ষণ কৰিছিল ৬ দুৰ্বৃত্তই। যোৱা তিনি বছৰ ধৰি ন্যায়ৰ অপেক্ষাত ক্ষণ গনিছিল সন্ন্যাসিনীয়ে। তাৰ মাজতে মঙলবাৰে কলকাতা উচ্চ ন্যায়ালয় গোচৰৰ ৰায় দান প্ৰদান কৰে৷ কিন্তু আদালতে এই ঘটনাক গণধর্ষণ নহয়, ধর্ষণ হে হৈছিল বুলি দোহাৰে।

ধর্ষণত দোষীসাব্যস্ত কৰা হৈছে অভিযুক্ত নজৰুল ইছলামক। অইন ৫ জনক ডকাইতিৰ অভিযোগত দোষীসাব্যস্ত কৰিছে আদালতে। ৰায় দি বিচাৰকে কয়, ‘এই ঘটনা অত্যন্ত দুখজনক। মাদাৰ টেৰেচা আৰু চিষ্টাৰ নিবেদিতাৰ ৰাজ্যত এগৰাকী সন্ন্যাসিনীৰ লগত এনে নিৰ্লজ ঘটনা অত্যন্ত আক্ষেপজনক।’ অহা বুধবাৰে শাস্তি ঘোষণা কৰিব বিচাৰকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0