Home ৰাজ্যদেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ বিশেষ সভা

দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ বিশেষ সভা

by News Desk
50 views
A+A-
Reset

দেওমৰনৈঃ  মঙলবাৰে দৰং জিলাৰ দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখন বিশেষ সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগত বিদ্যালয়ৰ পতাকা উত্তোলন কৰি পৰিৱেশ নিকাকৰণ, বন্তি প্রজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হয় সভা৷

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্বোধন কৰে দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন গোস্বামীয়ে৷ সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে মংঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলাৰ বিদ্যালয় সমূহৰ পৰিদর্শক নগেন চন্দ্ৰ বড়ো আৰু দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ গীতালি কলিতা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0