Home ৰাজ্যচৰাইদেউত জাতীয়তাবাদী যুৱ পৰিষদ-চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

চৰাইদেউত জাতীয়তাবাদী যুৱ পৰিষদ-চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

by News Desk
52 views
A+A-
Reset

চৰাইদেউঃ কেন্দ্ৰীয় চৰকাৰে কোনো এখন চবুৰীয়া ৰাজ্যৰ চৰকাৰ, দল-সংগঠনৰ মতামত নোলোৱাকৈ নিশাৰ ভিতৰতে স্বাক্ষৰ কৰিছিল নগা বিদ্ৰোহীৰ সৈতে এখন চুক্তিৰ৷ এই চুক্তিয়ে এতিয়া অসমৰ মানুহক শংকিত কৰি তুলিছে৷ যাৰ ফলত ৰাজ্যৰ দল-সংগঠনে প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যৰ লোকৰ সৈতে আলোচনাত নবহি নিশাৰ ভিতৰতে স্বাক্ষৰ কৰাৰ ফলত আকৌ এবাৰ অসমীয়াক ৰাজ পথলৈ ওলাই আহিবলৈ বাধ্য কৰালে দিল্লীয়ে৷

ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্টে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সম্প্ৰতি প্ৰচাৰ হোৱা মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0