55
নলবাৰীঃ সমগ্র নলবাৰী চহৰত এতিয়া আত্মাৰ আৰ্তনাদকলৈ লানি নিচিঙা ভিৰ৷ আত্মাৰ আৰ্তনাদৰ অন্তত সকলোৰে চকুক সন্তোষৰ চকুপানী৷ হিল-দোল ভাঙি মানুহ আহিছে আত্মাৰ আৰ্তনাদ চাবলৈ৷ লোকে-লোকাৰণ্য হৈ পৰে ৰাজশ্ৰীৰ থিয়েটাৰৰ প্ৰেক্ষাগৃহ৷ দৰ্শকৰ লানি নিছিগা ভিৰ ৰাজশ্ৰীৰ প্ৰেক্ষাগৃহত৷ তপন দাসৰ দূৰন্ত অভিনয়ে সকলো দৰ্শককে আপ্লুত কৰিছে ৷ দৰ্শকে পুণৰ প্ৰতীয়মান কৰিলে সুৰুচিপূৰ্ণ তথা অগতানুগতিক নাট, উচ্চমানদণ্ড অভিনয়ৰ আদৰ।
