Home ৰাজ্যজীৱনৰ ৰং হেৰুওৱা নাওকাটাৰ বেটাগাঁৱৰ ধ্ৰুৱৰ কন্যাক লাগে আপোনাৰ সহায়

জীৱনৰ ৰং হেৰুওৱা নাওকাটাৰ বেটাগাঁৱৰ ধ্ৰুৱৰ কন্যাক লাগে আপোনাৰ সহায়

by News Desk
58 views
A+A-
Reset

গোৰেশ্বৰঃ দৰিদ্ৰ পৰিয়ালৰ সন্তান ধ্ৰুৱ৷ ধ্ৰুৱই সৰুৰে পৰা অতি কষ্টৰে ডাঙৰ-দীঘল হৈছে। নানা ঘাট-প্ৰতিঘাট জীৱনত ওচৰৰ পৰা দেখিছে৷ এমুঠি অন্নৰ বাবে পিতৃ-মাতৃয়ে সংগ্ৰাম কৰা দেখিছে ধ্ৰুৱই৷ ধ্ৰুৱই ভাবিছিল এদিন পঢ়ি-শুনি ডাঙৰ মানুহ হম৷ কিন্তু দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোক উদ্ধাৰৰ বাবে তেও পঢ়িব খুজিও পঢ়িব নোৱাৰিলে৷ জনা হোৱাৰ পৰাই অত ত’ত কাম কৰি পৰিয়াল চলোৱাত পিতৃক সহায় কৰিব লগা হয়৷ পঢ়াৰ সময় খিনি পাৰ কৰিলে কাম বন কৰি৷

তাৰ মাজতে ধ্ৰুৱই শিকি গৈছিল চাইকেল মেৰামতিৰ কাম৷ কম বয়সতে ধ্ৰুৱই চাইকেলৰ মেকানিক হৈ পৰিছিল৷ এটি সাধাৰণ কোঠাত আৰম্ভ কৰে এখন চাইকেল মেৰামতিৰ দোকান৷ তাৰ পিছৰে পৰা ধ্ৰৱই আনৰ ঘৰত হাজিৰা কৰিব লগা হোৱা নাছিল৷ ধ্ৰৱই বিবাহপাশত আৱদ্ধ হ’ল৷ সংসাৰলৈ আহিল এটি কন্যা সন্তান৷ তেও ভাল পইচা উপাৰ্জন কৰি সুখে-শান্তিৰে পৰিয়ালটো চলাই আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0