67
নলবাৰীঃ মানৱ সেৱাই পৰম ধৰ্ম৷ হয়, মানৱ সেৱাত বৰ্তি হৈ থকা নলবাৰীৰ এজন লোক৷ যিগৰাকী লোকে সমাজৰ পৰা অৱেহলিত লোকক সহায় কৰিবলৈ আগবাঢ়ি আহে৷
সন্তানৰ পৰা অৱহেলিত বহু পিতৃ-মাতৃক উদ্ধাৰ কৰি খুউৱা-ধুউৱাৰ পৰা আৰম্ভ কৰি শুশ্ৰুষা কৰে তেও৷ বহু বিপদত পৰা লোকৰ ভৰষা যেন তেও৷ সেই গৰাকী লোকক সন্মান যাচে শুকুৰবাৰে৷ তেও হৈছে শান্তি নিৱাস অনাথ আশ্ৰমৰ পৰিচালক তথা মানৱ দৰদী সাংবাদিক মজিবুৰ ৰহমান৷