ৰাজ্যৰ শিক্ষকক প্ৰতাৰণা, আৰঅপি-২০১৭ আইন ধূলিস্যাৎ কৰি দৰমহা হ্রাস কৰিলে...

Home ৰাজ্যৰাজ্যৰ শিক্ষকক প্ৰতাৰণা, আৰঅপি-২০১৭ আইন ধূলিস্যাৎ কৰি দৰমহা হ্রাস কৰিলে হিমন্তই

ৰাজ্যৰ শিক্ষকক প্ৰতাৰণা, আৰঅপি-২০১৭ আইন ধূলিস্যাৎ কৰি দৰমহা হ্রাস কৰিলে হিমন্তই

by News Desk
61 views
A+A-
Reset

নাৰায়ণপুৰঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিক্ষকসমাজ৷ স্নাতক পৰ্যায়ৰ প্ৰাথমিক শিক্ষকসকলৰ বাবে সপ্তম দৰমহা আয়োগ আৰু আৰঅপি-২০১৭য়ে নিৰ্ধাৰণ কৰা গ্ৰেড পে ৮,৭০০ টকাৰ পৰা কৰ্তন কৰি ৬,৮০০ কৰাত জাঙু খাই উঠিছে শিক্ষকসকল৷ যোৱা ৩ নৱেম্বৰত অসম চৰকাৰৰ বিত্ত বিভাগে WT Message No.FPc.18/2013/PT/12 যোগে ৬,৮০০ টকা প্ৰদান কৰাৰ নিৰ্দেশ দিয়াত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনকে ধৰি ৰাজ্যৰ শিক্ষকসকলে ক্ষোভিত হৈ পৰিছে৷

সম্পূৰ্ণ বিধিগত ভাবে ১৫/১৬ মাহ ধৰি ৮,৭০০ টকাৰ গ্ৰেড পেত দৰমহা লাভ কৰা শিক্ষকসকলে শিক্ষা বিভাগ তথা বিত্ত বিভাগৰ এনে কাৰ্যত চৰম অপমানিত হৈ ৰাজ্যজুৰি তাঁৰ বাৰ্তা (WT Message) ৰ প্ৰতিলিপি দাহ কৰি পৰ্তিবাদ সাব্যস্ত কৰে৷ আনহাতে শিক্ষকসকলে শিক্ষা বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি গ্ৰেড পে ৮,৭০০ বাহাল ৰাখিবলৈ দৈবা জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0