Home ৰাজ্যকাৰাটেৰ অসম দলত ডিব্ৰুগড়ৰ ৬গৰাকী খেলুৱৈই

কাৰাটেৰ অসম দলত ডিব্ৰুগড়ৰ ৬গৰাকী খেলুৱৈই

by News Desk
49 views
A+A-
Reset

ডিব্ৰুগড়ঃ অসম কাৰাটে সন্থাই কাৰাটেৰ অসম দল শুকুৰবাৰে ঘোষণা কৰে৷ প্ৰতিযোগিতালৈ অসম দল ঘোষণা৷ ৬৩ সংখ্যক ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব লগা অসম দল শুকুৰবাৰে ঘোষণা৷ অসম কাৰাটে সন্থাই ঘোষণা কৰা অসম দলটোত ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ ৬গৰাকীকৈ কাৰাটে খেলুৱৈ নিৰ্বাচিত হোৱাত আনন্দ প্ৰকাশ কৰে জিলা খনৰ ক্ৰীড়া প্ৰেমীয়ে৷

ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক নিৰেণ ফুকনে জানিবলৈ দিয়া মতে, হৰিপ্ৰিয়া দিহিঙ্গীয়া, কুঞ্জদ্বীপ চমুৱা, নিলান্ত চমুৱা, জঙ্গমদ্বীপ ফুকন, চাণক্য বৰগোহাঁই আৰু ৰিম্পী বৰগোহাঁইয়ে অসম দলত নিৰ্বাচিত হয়৷ ২৫-৩০ ডিচেম্বৰলৈ ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব। জানিব পৰা মতে, খেলুৱৈ কেইগৰাকী টেঙাখাট আৰু চাবুৱা কাৰাটে একাডেমিৰ নিয়মীয়া খেলুৱৈ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0