Home ৰাজ্যনতুন ৰূপত আত্মপ্ৰকাশ আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ, অগপই জাতিটোক চূড়ান্ত বিশ্বাসঘাতকটা কৰিছে

নতুন ৰূপত আত্মপ্ৰকাশ আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ, অগপই জাতিটোক চূড়ান্ত বিশ্বাসঘাতকটা কৰিছে

by News Desk
49 views
A+A-
Reset

গুৱাহাটীঃ যোৱা বিধান সভা নিৰ্বাচনত অগপ দলে ৰাইজৰ তথা অগপ দলৰ তৃণমূল কৰ্মীৰ আহ্বানক উলাই কৰি ৰাষ্ট্ৰীয় দল বিজেপিৰ সৈতে মিত্ৰজোঁট কৰে৷ বিজেপিৰে মিত্ৰ জোঁটৰ কৰি নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰ নাৰাজ হৈছিল একাংশ নেতা-কৰ্মীয়ে৷ আঞ্চলিকতাবাদৰ প্ৰকৃত ধৰ্ম জীয়াই নাৰাখি অগপই ৰাষ্ট্ৰীয় দলৰ সৈতে লগ লাগি নিৰ্বাচনত অৱতীৰ্ণ হোৱাত নাৰাজ হৈছিল বহু তৃণমূল কৰ্মীৰ লগতে একাংশ কেন্দ্ৰীয় নেতা৷

তাৰ লগে লগে একাংশ লোকে অগপক দলক এৰি সুকীয়াকৈ দল গঠন কৰিছিল৷ দলটোৰ নাম দিছিল আঞ্চলিকতাবাদী অসম গণ পৰিষদ৷ যোৱা দুটা বছৰে নকৈ জন্ম দিয়া দলটোৰ নেতা-কৰ্মীসকলে ৰাজনীতিৰ পথাৰত সক্ৰিয় হৈ নাছিল যদিও গোপনে মিলিত হৈ কাম কৰি গৈছিল৷ শেহতীয়াকৈ দলটোৱে সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0