59
শোণিতপুৰঃ শোণিতপুৰ জিলাৰ গাভৰু শিক্ষাখণ্ডৰ পতিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস পালন কৰা হয়।
শিশু দিৱসৰ কাৰ্যসূচীত বিশিষ্ট শিক্ষাবিদ উলুবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সৰ্বশিক্ষাৰ খণ্ড সমল বিষয়া পংকজ দেৱৰয়ে উপস্থিত থাকি শিক্ষাৰ উদ্দেশ্যে হ’ব লাগে মানুহ গঢ়াৰ, প্ৰকৃত প্ৰতিভা চিনাক্ত কৰাৰ বাবে বুলি কয়। বিদ্যালয় হৈছে উৎকৃষ্ট মঞ্চ।