Home ৰাজ্যবিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইক হত্যা কৰিব লাগে

বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইক হত্যা কৰিব লাগে

by News Desk
70 views
A+A-
Reset

গুৱাহাটীঃ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত এখন সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানিয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইক হত্যা কৰিব লাগে ফেচবুকুত মন্তব্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ অজিত সোণোৱাল নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ড০ হীৰেন গোঁহাইক হত্যাৰ আহ্বান কৰে৷ যুৱক জন ধেমাজীৰ বুলি উল্লেখ আছে টাইমলাইনত।

অজিত সোণোৱাল নামৰ ধেমাজীৰ যুৱকজনে মঙলবাৰে নিজৰ ফেচবুকৰ টাইমলাইনত আপডেট দি কয় “অসমত বৰ্তমান এজন নাথুৰামৰ প্ৰয়োজন। সেই ছাগলীৰ আৰু Gohain K হত্যা কৰিবলৈ”৷ আপডেট দিয়াকৰ পিছতে বহু লোকে চেয়াৰ কৰে আপডেতটো৷ কিছুসময়ৰ পিচতে ফেচবুকৰ আপডেটতো ভাইৰেল হৈ পৰে। দিল্লীত ড০ গোঁহাই উপস্থিত থক এখন সভাত জমিয়তৰ সভাপতি মৌলানা আৰ্শ্বাদ মাদানীয়ে NRCত অসমৰ সংখ্যালঘূ সকলৰ নাম নাথাকিলে অসম ৰক্তাক্ত হ’ব বুলি মন্তব্য দিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0