অসমীয়াগিৰি, আমছু ত্যাগ কৰিব ডিব্ৰুগড় সমিতিয়ে, উজনি সন্দৰ্ভত জ্ঞান নাই...

Home ৰাজ্যঅসমীয়াগিৰি, আমছু ত্যাগ কৰিব ডিব্ৰুগড় সমিতিয়ে, উজনি সন্দৰ্ভত জ্ঞান নাই আজিজুৰৰ

অসমীয়াগিৰি, আমছু ত্যাগ কৰিব ডিব্ৰুগড় সমিতিয়ে, উজনি সন্দৰ্ভত জ্ঞান নাই আজিজুৰৰ

by News Desk
59 views
A+A-
Reset

ডিব্ৰুগড়ঃ আমছুৰ সভাপতি আজিজুৰ ৰহমানে আলফা নেতা জিতেন দত্তক সমালোচনা কৰিবলৈ গৈ অসমীয়াগিৰি শব্দটো ব্যৱহাৰ কৰাত ৰাজ্যৰ উজনি-নামনিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ উজনি অসমৰ ছচিয়েল মিডিয়াত সক্ৰিয় লোকসকলে জিতেন দত্তক অপমান কৰা বুলি কৈ আমছুৰ সভাপতিগৰাকীক উভতি ধৰি তীব্ৰ সমালোচনা কৰে৷

সোমবাৰে নিশা ব্যক্তিগত নিউজ চেনেল নিউজ-১৮ৰ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই পিৰচালনা কৰা এটি অনুষ্ঠানত আলফা নেতা জিতেন দত্ত, আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ লগতে কেইবাজনো নেতাই অংশ গ্ৰহণ কৰে৷ আমছুৰ নেতা আজিজুৰ ৰহমানে আলফা নেতা জিতেন দত্তক উভতি ধৰিবলৈ গৈ অসমীয়াগিৰি কৰা বুলি কয়৷ নামনিৰ বৰপেটা, ধুবুৰী, মৰিগাঁও আদি জিলা অসমৰ হয় নে নহয় বাৰে বাৰে প্ৰশ্ন কৰে আজিজুৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0