Home ৰাজ্যপুথিভড়ালৰ পৰা নোহোৱা হ’ল মোজাহিদৰ চিকচিকিয়া গ্লেমাৰ

পুথিভড়ালৰ পৰা নোহোৱা হ’ল মোজাহিদৰ চিকচিকিয়া গ্লেমাৰ

by News Desk
53 views
A+A-
Reset

ছিপাঝাৰঃ অৰ্ধসামৰিক বাহিনী-আৰক্ষী গিজগিজাই থকা মঙলদৈ চহৰৰ পৰা এখন বাইক চুৰি হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, কলাইগাঁৱৰ বৰকুলা বাগিচাৰ মোজাহিদ আলি নামৰ লোকজনে AS-13-G-4574 নম্বৰৰ গ্লেমাৰ বাইকেৰে শনিবাৰে মঙলদৈ চহৰলৈ আহে৷

দিনৰ প্ৰায় ১১ বজাত মঙলদৈ জিলা পুথিভড়াল চৌহদত বাইক ৰখাই থয়৷ কিছু সময় পিছতেই  মোজাহিদে বাইক খন থোৱা ঠাইলৈ আহি বাইক খন দেখা নাপায় ইজন-সিজনক সোধৈ যদিও কোনো নিলে দেখা নাপালো বুলি কয়৷ কলাইগাঁৱৰ বৰকুলা বাগিচাৰ মোজাহিদ আলিয়ে ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0