56
ডিজিটেল ডেস্কঃ দেশত এতিয়া বিপুল জনপ্ৰিয় অনলাইন শ্বপিং ব্যৱস্থা। বহু লোকে এতিয়া অনলাইন শ্বপিং কৰা দেখা যায়। তাৰ মাজতে ফ্লিপকার্টৰ পৰা এটি চক্ৰই ১৭ লাখ টকা লুটি নিয়াৰ খবৰ পোহৰলৈ আহিছে পশ্চিমবংগত।
নিজকে অনলাইন বিক্রেতা বুলি পৰিচয় দি জালিয়াতিৰে চক্রটোৱে টকা ঘটে। এই কথা পোহৰলৈ অহাৰ পূৰ্বে ফ্লিপকার্টৰ পৰা ১৭ লাখ টকা সৰকাই চক্রটোৰ সদস্যসকলে৷