Home ৰাজ্যযমুনামুখত UBIৰ শাখা মুকলি

যমুনামুখত UBIৰ শাখা মুকলি

by News Desk
53 views
A+A-
Reset

মোৰাঝাৰঃ ইউ বি আইৰ যমুনামুখ শাখাৰ কাৰ্যালয় দেওবাৰে স্থানান্তৰিত কৰা হয়৷ হোজাই জিলাৰ যমুনামুখ চহৰৰ মাজ মজিয়াত থকা বেংকটোৰ শাখা কাৰ্যালয়টো চহৰৰ মাজ মজিয়াৰ পৰা ডি বি প্লাজা নামৰ মাৰ্কেট খনলৈ স্থানান্তৰিত কৰে বেংক কৰ্তৃপক্ষই৷ নতুন আটকধুনীয়া কাৰ্যালয়টো বিশেষ অনুষ্ঠানৰ জড়িয়তে মুকলি কৰে৷

পুৱা ৯ বজাত বেংকটোৰ চিআৰএম ৰবি কুমাৰৰ উপস্থিতিত আনুষ্ঠানিক ভাবে বেংকৰ দুৱাৰ মুকলি কৰে সমাজসেবী কুসুম বালা দেৱী শৰ্মাই। অৱসৰ প্ৰাপ্ত শিক্ষক, পেঞ্চনাৰ, গ্ৰাহক আৰু সচেতন ৰাইজৰ উপস্থিতিত সকলো সা-সুবিধা থকা নতুন বেংকৰ শাখাটোত এ টি এম, ই-কৰ্ণাৰৰ লগতে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0