72
তেজপুৰঃ দেওবাৰে পুৱাই বন বিভাগৰ লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটি বাঘৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে এইবাৰ শোণিতপুৰ জিলাৰ নামেৰিৰ ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে৷
শোণিতপুৰ বন বিভাগৰ এটি দল ঘটনাস্থলিত উপস্থিত হৈ তদমন্ত আৰম্ভ কৰিছে যদিও মৃত্যু কাৰণ জানিব পৰা হোৱা নাই৷ দেওবাৰে পুৱাই পানীত ওপঙি থকা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ মৃদেহটো কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ নলনী বনশিবৰত উদ্ধাৰ৷