বিপিএফক লৈ সন্তুষ্ট, বিজেপিৰ কাম কাজত অসন্তুষ্ট, কোকৰাঝাৰত অগপৰ সভা

Home ৰাজ্যবিপিএফক লৈ সন্তুষ্ট, বিজেপিৰ কাম কাজত অসন্তুষ্ট, কোকৰাঝাৰত অগপৰ সভা

বিপিএফক লৈ সন্তুষ্ট, বিজেপিৰ কাম কাজত অসন্তুষ্ট, কোকৰাঝাৰত অগপৰ সভা

by News Desk
72 views
A+A-
Reset

কোকৰাঝাৰঃ পলমকৈ হলেও বিটিএডিক লৈ সক্ৰিয় হ’ল অগপ দল৷ বিটিএডিত দলক শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে আ্চলিক দলটোৱে৷ সমগ্র বিটিএডি এলেকাত অসম গণ পৰিষদৰ সংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে দেওবাৰে কোকৰাঝাৰত অগপ দলৰ এক গুৰুত্বপুৰ্ণ সভা অনুষ্ঠিত হয়।

কোকৰাঝাৰ প্ৰেছ ক্লাৱ প্ৰাংগনত জিলা অগপ আৰু মহিলা পৰিষদৰ যৌথ সভাৰ জৰিয়তে বিটিএডি এলেকাত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে বিপিএফৰ সৈতে অগপৰ মধুৰ সম্পৰ্ক অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাত কিছুদিন পূৰ্বে গঠন হোৱা কোকৰাঝাৰ জিলা অগপৰ মহিলা পৰিষদখনো আনুষ্ঠানিকভাৱে দায়িত্বভাৰ চমজি লয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0