50
কোকৰাঝাৰঃ স্বৰ্ণজয়ী অংকুশিতা বড়োৰ বিশ্বজয়ৰ পিছত অংকুশিতা বড়োলৈ শুভেচ্ছা জ্ঞাপন কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত হাগ্ৰামা মহিলাৰীয়ে অংকুশিতা বড়োই বিশ্ব যুৱ মহিলা চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰা কাৰ্য ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ এক সুখবৰ আৰু নৱ প্ৰজন্মৰ বাবে উৎসাহজনক বুলি প্ৰকাশ কৰে।