ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীয়ে প্ৰেমিকৰ সৈতে পলাই যোৱাৰ বাবে কেনেধৰণৰ শাস্তি পাব পাৰে। আইন মতে কোনো ধৰণৰ শাস্তি দিব নোৱাৰে। ধৰি লওক পৰিয়ালৰ লোকে সামন্য মাৰ-ধৰ কৰিব পাৰে। কিন্তু তেনে ধৰণৰ ভাব আপুনি মনৰ পৰা আতৰ কৰক। শাস্তিৰ কথা অৱগত হলে আপুনি এই শাস্তিক সহজে ভাবে লব নোৱাৰিব।
কিয়নো প্ৰেমিকৰ সৈতে পলাই গৈ বিয়া হোৱাৰ বাবে তাইক ধৰ্ষণ কৰা হৈছিল। ধৰ্ষণ কৰিছিল পিতৃ, খুৰাক আৰু ভাতৃয়ে। এগৰাকী যুৱতীক এই ভয়ংকৰ শাস্তি দিয়া হ’ল। সপোনতো ভাবিব নোৱাৰা এই কথা। উত্তৰ প্রদেশৰ মুজাফ্ফৰনগৰৰ ১৭ বছৰীয়া যুৱতীক দিলে এই শাস্তি৷ নিজ পিতৃ, ভাতৃ আৰু খুৰাকে এজনৰ পিছত এজনে ভয়াবহ কাণ্ড সংঘটিত কৰে।