Home ৰাজ্যবোকাজানত আটাছুৰ উদ্যোগত অনুষ্ঠিত হ’ব চ্যুকাফা দিৱস, ব্যাপক প্ৰস্তুতি

বোকাজানত আটাছুৰ উদ্যোগত অনুষ্ঠিত হ’ব চ্যুকাফা দিৱস, ব্যাপক প্ৰস্তুতি

by News Desk
54 views
A+A-
Reset

বোকাজানঃ  অসম আৰু অসমীয়াৰ পিতৃপুৰুষ তথা বৃহত্তৰ অসমীয়া জাতিৰ জনক বৰ অসম গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাই সৰু-বৰ প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সম্প্ৰতিৰ দোলেৰে গঢ়ি তুলিছিল বৃহৎ অসমীয়া জাতি৷ এক বিচক্ষণ দুৰদৃষ্টি সম্পন্ন, সুস্থিৰ, সু-শৃংখলাবদ্ধ ৰাজনৈতিক শাসন ব্যৱস্থাৰে পৰিপূৰ্ণ এজন পৰাক্ৰমী যুদ্ধা হিচাপে তেখেতৰ আদৰ্শ সদায়েই বিশ্ব বুৰঞ্জীত জিলিকি থাকিব আৰু সেই মহান আদৰ্শক সুৱৰি বিগত বৰ্ষৰ দৰেই এইবাৰো সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বোকাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত ২ ডিচেম্বৰ তাৰিখে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বোকাজানৰ ব্লক বাকৰিত চাওলুং চুকাফা দিৱস পালনৰ আয়োজন কৰিছে৷

কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত আটাছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি চাও ৰণদীপ চাংবুন বৰুৱাই পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে মৈদাম তৰ্পন কৰিব আটাছুৰ বোকাজান আঞ্চলিক সমিতিৰ সভাপতি চাও ৰিতুৰাজ চাংমাই আৰু চাওলুং চুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন ও বন্তি প্ৰজ্বলন কৰিব আটাছুৰ কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা চাও বিদ্যুৎ বিকাশ গগৈয়ে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0