দামী মোবাইল, দুখনকৈ চিমকাৰ্ড, নেটৱৰ্ক হে নাই হাইলাকান্দিত

Home ৰাজ্যদামী মোবাইল, দুখনকৈ চিমকাৰ্ড, নেটৱৰ্ক হে নাই হাইলাকান্দিত

দামী মোবাইল, দুখনকৈ চিমকাৰ্ড, নেটৱৰ্ক হে নাই হাইলাকান্দিত

by News Desk
65 views
A+A-
Reset

হাইলাকান্দিঃ লোকক দেখুৱাবলৈহে মোবাইল, নেটৱৰ্ক হলে নাই। ফটো উঠিবলৈ হে মোবাইল আপলোড কৰিবলৈ নাই নেটৱৰ্ক৷ দুখন তিনিখন চিমকাৰ্ড থাকিও কামত অহা নাই এখনো চিমকাৰ্ড৷ এদিন দুদিন নহয় কেইবাদিনো মোবাইলত নাই নেটৱৰ্ক। যেন সংযোগহীন হৈ পৰিছে এটা এলেকা৷ নিৰ্দিষ্ট এটা নহয় সকলো ব্যক্তিগত মোবাইল কোম্পানীৰে নাই নেটৱৰ্ক।

সেয়া লাগিলে বিএচএনএল, এয়াৰচেল, এয়াৰটেল, ভোডাফন নাইবা জিঅ’ কোনো এখনো চিম কামত অহা নাই৷ এই দুৰৱস্তা ভুগিব লগা হৈছে বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত৷ জিলা খনৰ দক্ষিণ হাইলাকান্দি ব্লকৰ অন্তৰ্গত ঘাড়মোড়া এলাকাত বিগত কেইবামাহ ধৰি মোবাইলত নাই নেটৱৰ্ক। ক্ষোভিত হৈ পৰিছে  জনসাধাৰণ। প্রতিজন মানুহৰ হাতত মোবাইল থাকিলেও পাতিব পৰা নাই কথা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0