বহিঃৰাজ্যত খেলুৱৈক আক্ৰমণ, নলবাৰীৰ দলুৱা গাঁৱৰ নিশান্ত ভৰালীক লাগে ন্যায়

Home ৰাজ্যবহিঃৰাজ্যত খেলুৱৈক আক্ৰমণ, নলবাৰীৰ দলুৱা গাঁৱৰ নিশান্ত ভৰালীক লাগে ন্যায়

বহিঃৰাজ্যত খেলুৱৈক আক্ৰমণ, নলবাৰীৰ দলুৱা গাঁৱৰ নিশান্ত ভৰালীক লাগে ন্যায়

by News Desk
58 views
A+A-
Reset

নলবাৰীঃ বহিঃ ৰাজ্যত অসমৰ লোক সুৰক্ষিত নহয় বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে৷ বিভিন্ন সময়ত অসমৰ ছাত্ৰ-ছাত্ৰী, কামৰ সন্ধানত যোৱা লোকক বহিঃ ৰাজ্যত আক্ৰমণৰ সন্মুখীন হৈ আহিছে৷ তাৰ মাজতে নৰবাৰীৰ এগৰাকী খেলুৱৈই খোদ খেল পৰিচালকৰ আক্ৰমণৰ সন্মুখীন হোৱাত নলবাৰী জিলাত তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷

জানিব পৰা মতে, সদ্য সমাপ্ত ৰাষ্ট্ৰীয় স্কুল গেমছত নলবাৰী জিলাৰ দলুৱা গাঁৱৰ নিশান্ত ভৰালীক বহিঃ ৰাজ্যৰ দলৰ পৰিচালকে প্ৰহাৰ কৰে৷ বহিঃ ৰাজ্যত অসমৰ খেলুৱৈ পৰিচালকৰ হাতত প্ৰহৃত হোৱা ঘটনাক নলবাৰী জিলাৰ ৰাইজে সহজে লব পৰা নাই৷ ছট্টিছগড়ত অনুষ্ঠিত ষ্ট্ৰীয় স্কুল গেমছৰ প্ৰতিযোগিতা৷ যোৱ ২৬ নৱেম্বৰত ইভেণ্ট অসম আৰু হাৰিয়ানাৰ দুগৰাকী খেলুৱৈৰ মাজত এখন উত্তেজনাপূৰ্ণ কিক বক্সিং খেল চলি আছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0